Creator Profile - ViralVibes
Layanika Saikia
@layanikasaikia🇮🇳 IN📅 9y📹 2.2/mo
Subscribers
1.2K
#19074 in 🇮🇳 IN
Total Views
293.4K
Videos Published
247
Est. Revenue
$92/mo
About
মোৰ নাম লয়নিকা শইকীয়া। যোৰহাটৰ ছোৱালী যোৰহাটৰে বোৱাৰী। মানুহজনৰ কৰ্মজীৱনৰ বাবে বৰ্তমান বাংগালোৰত থাকো । এই চেনেলটোত পাব আমাৰ জীৱনটোত চলি থকা কিছুমান তিতা মিঠা অভিজ্ঞতা লগতে পাব আমি ফুৰিবলৈ যোৱা নতুন নতুন ঠাইসমূহৰ ভিডিঅ' , কিছুমান নজনা কথা আৰু পাব পঢ়াৰ লগত জড়িত, সৰু সৰু টিপচ যিবোৰ মই নিজৰ লগত experiment কৰি আপোনালোকক জনাও, গতিকে আপোনালোকে জানি আৰু চাই ভাল পাব বুলি আশা ৰাখিলো । ২০১৭ চনৰে পৰা চেষ্টা কৰি আহিছো ভাল কিবা দেখাম বুলি, গতিকে চেনেলটো আকোৱালি ল'ব বুলি আশা ৰাখিলোঁ । সকলোৰে ভাল হওক 😊🙏 । ধন্যবাদেৰে …… লয়নিকা শইকীয়া ।
Assamese Vlogs assam Youtuber "Assamese Youtuber" travel educational
Channel Info
Handle@layanikasaikia
Founded2017-01-05
Channel Age9y
Country🇮🇳 IN
LanguageUnknown
CategoryPeople & Blogs
Total Videos247
Upload Rate2.2 videos/month
Performance
Avg Views / Video1.2K
Views / Subscriber240.45x
Upload Rate2.2 / month
Engagement Score
7.5 / 101.2× category avg
Growth tracking initializing
Check back in 7+ days
AdSense — long-form$4
AdSense — Shorts$0
Brand deals (est.)$88
Assumed Shorts mix80%
Topics
Content Breakdown
🏷️ People & Blogs
100%
You may also like
🏷️ People & Blogs →Similar creators
🏷️ People & Blogs →How Layanika Saikia compares
vs 76,849 creators in People & Blogs